10 June 2020
Silpi Pension Assam 2020 : Download form Apply for Artists Pension Assam 2020
Last Date: 25 June,2020
Artists Pension Assam 2020
অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চনৰ লগতে ইতিমধ্যে পেঞ্চন পোৱা মৃত শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈও বিশেষ পৰিয়াল পেঞ্চন দিয়াৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ অসম চৰকাৰৰ ১৯৮৭ চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ বাবে নিন্দলিখিত নিৰ্দ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি শিল্পী তথা শিল্পীৰ পৰিয়ালক প্ৰয়োজনীয় প্ৰমাণ পত্ৰ সহ অহা ২৫ জুন, ২০২০ তাৰিখৰ ভিতৰত সঞ্চালক, সাংস্কৃতিক পৰিক্ৰমা, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী-৭৮১০০১ অথবা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰত জমা দিবলৈ অনুৰোধ জনোৱা হ’ল।
- অসম্পূৰ্ণ বা নিৰ্দ্দিষ্ট তাৰিখৰ পিচত দাখিল কৰা আৱেদন বিবেচিত নহব।
Address :
সঞ্চালক,
সাংস্কৃতিক পৰিক্ৰমা,
ৰবীন্দ্ৰ ভৱন, গুৱাহাটী-৭৮১০০১