অনুসূচীত জাতিৰ বাবে দি আছে ধান কটা মেচিন , অধিক জানক – RICE CUTTING MACHINE FOR SC FARMERS
FREE RICE CUTTING MACHINE
অন্তিম তাৰিখ 15 জুন 2020
ইচ্ছুক অনুসূচীত জাতিৰ খেতিয়কে নিম্ন লিখিত ঠিকনা আবেদন কৰিব পাৰিব নতুবা মহকুমা কল্যান বিষয়াৰ কার্যলয়ত আবেদন জমা কৰিব পাৰিব
আবেদনৰ ঠিকনা :
- সঞ্চালকালয়, অনুসূচীত জাতিৰ সঞ্চালকালয় , অসম,
সৰুমতৰিয়া , গুৱাহাটী -6 ,অসম,
নতুবা ,
2.ওচৰৰ মহকুমা কল্যান বিষয়াৰ কার্যলয়ত আবেদন জমা কৰিব পাৰিব
Form Download : Click Here
আমি টেক্টৰ বিনামূলীয়া পাম নেকি দাদা
৯০৭৪৪১০৮৬০মৱাইল নং
Tactor karne ki krbo lagibo dada jnabosun???
9101461599