Govt Schemes in Assam on fisheries (Blue Revolution) মীন পালনৰ ক্ষেত্ৰত চৰকাৰৰ দুই আঁচনি

Share to your near and dear ones
  • 2
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    2
    Shares

সজা পদ্ধতিৰে মীন পালন : এই পদ্ধতিত মীন পালন কৰিবলৈ সৰ্বমুঠ প্ৰায় 3 লাখ টকাৰ ব্যয় হয় । কিন্তু চৰকাৰে মীন পালন কৰি নিবনুৱা যাতে স্বাৱলম্বী হব পাৰে তাৰ বাবে লৈছে কিছুমান মূল্যবান আঁচনি ।

  1. নীল বিপ্লৱ – কেন্দ্ৰীয় আৰ্থিক সাহাৰ্য্য আঁচনি : 40% ৰাজ সাহাৰ্য্য সাধাৰণ শ্ৰেণীৰ বাবে আৰু 60% অনুসূচীত জাতি, জন জাতিৰ বাবে আৰু মহিলাৰ বাবে
  2. মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা : 70% ৰাজ সাহাৰ্য্য

অধিক তথ্যৰ বাবে যোগাযোগ কৰক

  • মীন সঞ্চলকালয় , মীন ভৱন,গুৱাহাটী
  • জিলা মখকুমা মীন উন্নয়ন বিষয়াৰ কাৰ্য্যালয়
  • ব্লক মীন উন্নয়ন বিষয়া
    fisheries.assam.gov.in
    Nfdb.gov.in
Govt Schemes in Assam on fisheries (Blue Revolution)


Share to your near and dear ones
  • 2
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    2
    Shares
One Comment

Add a Comment

Your email address will not be published. Required fields are marked *