Govt Scheme for Street Vendor | ৫০ লাখ পদপথৰ  ব্যৱসায়ীৰ বাবে ১০,০০০ টকা পৰ্যন্ত Loan লাভৰ সুবিধা

Share to your near and dear ones
  • 20
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    20
    Shares

  • ক্ষুদ্ৰ ব্যৱসায় আৰু কুটাৰ উদ্যোগৰ বাবে মুদ্ৰা শিণু খণৰ অধীনত ১৫,০০ কোটি টকাৰ সুতৰ অনুদানৰ ব্যৱস্থা।
  • এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে এবছৰত ২% সুতৰ লাভ আদায় কৰিব পাৰে
  • পদপথৰ ব্যৱসায়ীসকলৰ বাবে ৫,০০০ কোটি টকাৰ পেকেজ ঘোবণা। ইয়াৰ অধীনত ৫০ লাখ পদপথৰ  ব্যৱসায়ীৰ বাবে ১০,০০০ টকা পৰ্যন্ত Loan লাভৰ সুবিধা

সুবিধা লাভৰ বাবে যিকোনো ৰাষ্টীয়কৃত বেংক /কো-অপাৰেঢিভ বেংক/আৰ আৰ বি/এন বি এফ চি/এম এফ আইৰ সৈতে যোগাযোগ কৰক।

অধিক তথ্যৰ বাবে চাওক ঃ

https://transformingindia.mygov.in/aatmanirbharbharat/

 

 


Share to your near and dear ones
  • 20
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    20
    Shares
One Comment

Add a Comment

Your email address will not be published. Required fields are marked *