লোক সংস্কৃতি শিল্পীৰ সহায্য আঁচনি 2020 : Covid-19 Relief Scheme for Folk Culture Artist

Share to your near and dear ones
  • 17
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    17
    Shares

Assam Excise Recruitment

Last Date : 29th June’2020.

লোক সংস্কৃতি শিল্পীৰ সহায্য আঁচনি 2020: কোভিড 19 ৰ বাবে হোৱা আৰ্থিক সংকট আৰু ইয়াৰ সন্মুখীন হোৱা পৰম্পৰাগত লোক সংস্কৃতিৰ শিল্পীসকলক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ বিশেষ সহায্য প্ৰদানৰ ব্যৱস্থা

Guidelines: 

  • আৱেদনকাৰী সকলে প্ৰ-পত্ৰ অনলাইন যোগে www.anudaanassamculture.in ত পূৰণ কৰিব লাগিব। অফলাইন যোগে কৰা আৱেদন গ্ৰহণ কৰা নহ’ব।
  • আবেদন পূৰণ কৰাৰ ক্ষেত্ৰত বেৰ চাইটত উল্লেখ থকা নিৰ্দেশাৱলী মানি চলাটো বাধ্যতামূলক।
  • শিল্পীগৰাকীৰ বয়স ০১-০১-২০২০ লৈকে নুন্যতম ২৫ বছৰ হ’ব লাগিব।
  • ভোটাৰ পৰিচয় পত্র, পানকাৰ্ড, বিদ্যালয়ৰ প্ৰমণ পত্ৰ অথবা সেই সম্পৰ্কীয় আন চৰকাৰী নথিৰ যিকোনো এখন বয়সৰ প্ৰমাণ-পত্ৰ হিচাপে গ্রাহণ কৰা হ’ব।
  • চাকৰিয়াল /পেঞ্চনাৰে আৱেদন কৰিব নোৱাৰিব।
  • শিল্পীগৰাকীৰ বার্ষিক আয় ২ লাখৰ কম হোৱাটো বাধ্যতামূলক। শিল্পীগৰাকী পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হ’ব লাগিব। সংশ্লিষ্ট কৰ্তৃ পক্ষৰ দ্বাৰা স্বাক্ষৰিত আয়ৰ প্ৰমাণ-পত্ৰৰ প্ৰতিলিপি আপলোড কৰিব লাগিব, অন্যথা প্ৰ-পত্নত উল্লেখিত স্বঘোষিত শপত বাকা স্বীকাৰ কৰিব লাগিব।
  • শিল্পীপেঞ্চন / অন্যান্য পেঞ্চন প্ৰাপক তথা ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এককালীন সাহায্য অথৱা ২০২০ চনৰ মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত অসম চৰকাৰৰ যিকোনে৷ বিভাগৰ পৰা আৰ্থিক সাহায্যৰ বাবে নিৰ্বাচিত ব্যক্তি সকল এই আচনিৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচিত নহ’ব।
  • শিল্পীগৰাকীৰ বেংক একাউন্ট সবিশেষ (একাউণ্টৰ সবিশেষ চপা থকা বেংক পাচবুকৰ প্ৰথম পৃষ্ঠাৰ  প্রতিলিপি) সংলগ্ন কৰিব লাগিব।
  • দক্ষতা তথা অভিজ্ঞতাৰ ক্ষেত্ৰত সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া / খণ্ড উন্নয়ন বিষয়া / চক্ৰ বিষয়া অথবা জিলা উপায়ুক্তৰ দ্বাৰা বিষয়াৰ স্বাক্ষৰিত প্ৰমাণ-পত্ৰ আপলোড কৰিব লাগিব।
  • শিল্পী সাহাযাৰ বাবে নিৰ্বাচিত শিল্পী সকলৰ নাম স্থানীয় বাতৰি কাকতত প্রকাশ কৰা হ’ব।
  • নিৰ্বাচিত শিল্পীসকলক প্ৰতিমাহে ২০০০.০০ টকাকৈ তিনিমাহৰ (এপ্ৰিল, মে’ আৰু জুন, ২০২০) বাবে মুঠ ৬০০০.০০ টকা প্ৰদান কৰা হ’ব।
  • প্ৰপত্ৰ জমা দিনাৰ অন্তিম দিন ২৯ জুলাই, ২০২০
  •  হিতাধিকাৰী ৰাচনিৰ ক্ষেত্ৰত বাচনি কমিটিৰ সিদ্ধান্তই চুড়ান্ত হ’ব।

শিল্পীকলাৰ লগত জড়িত শিল্পী সমূহ সমূহ ক্ৰমে :

assamgovt


 


Minimum Criteria In English :

1. The Minimum Age of the Artist must be 25 years as on 01-01-2020.
a. For Age Proof: Voter I.D/ PAN Card/ School Leaving Certificate or any relevant Documents from the Govt. will be accepted. Only one document should be     uploaded.
2. The Applicant must submit one Certificate of competence issued either by Cultural Development Officer (CDO) wherever available or concerned Circle Officer (CO)/ Block Development Officer (BDO) or any officer authorised by the Deputy Commissioner of the concerned District.
3. No salaried persons/pensioners will be eligible under this scheme.
4. Annual Income of the Artist should not be more than Rs. 2 Lakh per annum. The Artist should be the sole earner of the family.The Applicant will either have to upload an income Certificate issued by a Competent Authority or a accept the concerned Self declaration point mentioned in the application/ Registration Form.
5. Artist Pensioner/Other Pensioner and persons who have already been qualified for Ex-Gratia Grant from Directorate of Cultural Affairs, Assam or any financial benefits from     any other Department during March’2020 to June’2020 will not be eligible.
6. Bank Account Details (front copy of Bank Passbook where Account Details is printed) and Income Certificate from the competent authority must be uploaded.
7. The selected list of Artists will be published in the Local Dailies/Website.
8. Financial Support will be provided @Rs. 2000/- per month for three months (April, May and June). Selected Artists will receive the amount by DBT.
9. The Last Date of submission of Registration Form is on 29th June’2020.
10.The decision of the duly constituted Selection Committee will be final.


 


 

ajax loader


Share to your near and dear ones
  • 17
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    17
    Shares

Add a Comment

Your email address will not be published. Required fields are marked *