মহামাৰীৰ সময়ত ঘৰলৈ উভতি অহা লোকক দিব দিব কাৰ্ড

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম , তেওঁলোকে দিব 100 দিনৰ বাবে জব কাৰ্ড । দিব MGNREGA আঁচনিৰ অধীনত তেওঁলোকে কৈছে যে নিম্নতম 100 দিনৰ বাবে তেওঁলোকে পাব এই জব কাৰ্ডimages 1

কাক দিব :

1. যিসকল লোকে অসমৰ বাহিৰৰ পৰা কাম এৰি ঘৰত আছেহি আৰু নতুন কাম নাইপোৱা
2. যিসকল লোকে ৰাজ্যখনৰ বেলেগ চহৰৰ পৰা আহি নিজৰ গাঁওত কামৰ অবিহনে বসবাস কৰিছেহে
3.বাকী সকলো লোক যিসকল এই মহামাৰীৰ সময়ত নিজৰ ঘৰলৈ উভতি আহিল আৰু কাম কৰিব বিচাৰে

কি কি পাব :

  • প্ৰতি দিনে পাব ₹213 টকা
  • কাম কৰা 15 দিনৰ ভিতৰতে মজুৰী লাভ কৰিব
  •  7 দিনৰ ভিতৰতে পাব এই জব কাৰ্ড আৰু কাম বিচাৰিলেই পাব কৰিবলগীয়া কাম
  • প্ৰতি পৰিয়ালে লাভ একোখন এনে জব কাৰ্ড
  • কিন্তু প্ৰতিজন পৰিয়ালৰ ইচ্ছুক প্ৰাপ্তবয়স্ক লোকে নাম এই কাৰ্ডত সন্নিবিষ্ট কৰিব পাৰিব
  • এই জব কাৰ্ড আন লোকে ব্যৱহাৰ কৰিব নোৱাৰিব

কেনেকৈ আবেদন কৰিব :

যিসকল ব্যক্তিয়ে নিজ ইচ্ছায়ে জব কাৰ্ড বিচাৰে তেওঁলোকে নিজৰ ঘৰৰ ওচৰৰ গাঁও পঞ্চায়ত নতুবা VCDC নতুবা VDC নতুবা ব্লক কাৰ্য্যালয়ত আবেদন কৰিব পাৰিব

Assam Govt Job Card 2020

ajax loader