বিষ্ণু ৰাভা গীতৰ এক অনলাইন প্ৰতিযোগিতা 2020 : Bishnu Rava Geet online competition 2020

Share to your near and dear ones
  • 4
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    4
    Shares

Last Date : June 20, 12 Midnight

Bishnu Rava Geet online competition : Assam’s cultural icon Bishnu Prasad Rava was a man of multiple talents. His contributions to the field of music, acting, art, theatre, dance, literature, etc., have been noteworthy. As a sincere tribute to the timeless creations of Bishnu Prasad Rava on his death anniversary on June 20, MyGov Assam in association with Cultural Affairs Department is organising a “Bishnu Rava Geet” online competition for students.
To participate, share your tribute video exclusively with MyGov Assam performing Bishnu Rava Geet via email at mygovassam@gmail.com(link sends e-mail)

  • Group A: Class IV-VII
  • Group B: Class VIII-X
  • Last date of submission: June 20, 12 Midnight

Three winners will be selected from both groups. Winners will receive cash prizes along with an appreciation certificate signed by Hon’ble CM Shri Sarbananda Sonowal.

Prizes

  • Group A & B
  • 1st Prize: Rs 3000
  • 2nd Prize: Rs 2000
  • 3rd Prize: Rs 1000

Terms & Conditions

  • Videos made in mobile are also eligible
  • Audio recordings are not eligible
  • Videos should be sent to mygovassam@gmail.com(link sends e-mail)
  • The video should not have any musical instrument in it
  • Along with video, participant’s name, address, phone number, class and name of school should be written in the e-mail
  • Only one song per candidate will be taken into consideration
  • Quality of the video should be good
  • Decision of judges is final

The video should be exclusively sent to MyGov Assam and not shared in social media platforms


অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অন্যতম পুৰোধা হৈছে বিষ্ণু প্ৰসাদ ৰাভা। সংগীত, অভিনয়, নাট, চাৰুকলা, নৃত্য, সাহিত্য আদিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ, বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভাদেৱৰ অৱদান অবিস্মৰণীয়। ২০ জুন পৱিত্ৰ মৃত্যুদিৱসৰ দিনা সমূহ অসমবাসীয়ে শ্ৰদ্ধাৰে বিষ্ণু প্ৰসাদ ৰাভাদেৱক স্মৰণ কৰে।

ৰাভাদেৱৰ অমৰ সৃষ্টিসমূহক সুঁৱৰি জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজন কৰা হৈছে বিষ্ণু ৰাভা গীতৰ এক অনলাইন প্ৰতিযোগিতা। ৰাভাদেৱৰ ৰচিত আৰু সুৰাৰোপিত এটি গীত পৰিৱেশনৰ ভিডিঅ’ আমালৈ ই-মেইল কৰক mygovassam@gmail.com(link sends e-mail) যোগে।

  • শাখা ক – চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীলৈ
  • শাখা খ – অষ্টমৰ পৰা দশম শ্ৰেণীলৈ
  • প্ৰেৰণৰ অন্তিম তাৰিখ ২০ জুন নিশা ১২ বজালৈ

প্ৰতিটো শাখাত নিৰ্বাচিত প্ৰথম তিনিগৰাকী প্ৰতিযোগীলৈ নগদ ধনৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা স্বাক্ষৰিত এখন প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।

পুৰস্কাৰসমূহ

(ক শাখা আৰু খ শাখা)

  • প্ৰথম পুৰস্কাৰ ৩,০০০ টকা
  • দ্বিতীয় পুৰস্কাৰ ২,০০০ টকা
  • তৃতীয় পুৰস্কাৰ ১,০০০ টকা

নিয়মাৱলী

  • ভিডিঅ’ সমূহ মোবাইল ৰেকৰ্ডিং যোগে পঠাব পাৰিব
  • আমালৈ প্ৰেৰণ কৰা ভিডিঅ’ অন্য মাধ্যমলৈ প্ৰেৰণ কৰিব নোৱাৰিব
  • অডিঅ’ ৰেকৰ্ডিং গ্ৰহণযোগ্য নহ’ব
  • mygovassam@gmail.com(link sends e-mail) ইমেইলযোগে প্ৰেৰণ কৰা ভিডিঅ’হে গ্ৰহণযোগ্য হ’ব
  • ভিডিঅ’ত কেৱল গীতটি পৰিৱেশন কৰাটো প্ৰয়োজনীয়। কোনোধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰিব নোৱাৰিব
  • ভিডিঅ’ প্ৰেৰণ কৰা ই-মেইলত অংশগ্ৰহণকাৰীৰ নাম, ঠিকনা, শ্ৰেণী, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ উল্লেখ থকাটো প্ৰয়োজনীয়
  • এগৰাকী প্ৰতিযোগীয়ে এটি গীতহে প্ৰেৰণ কৰিব পাৰিব
  • ৰেকৰ্ডিংৰ মানদণ্ড উন্নত হোৱাটো প্ৰয়োজনীয়
  • বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব

 

 

 

ajax loader


Share to your near and dear ones
  • 4
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    4
    Shares

Add a Comment

Your email address will not be published. Required fields are marked *